My song
v4

@Bijaya Deka

My song
v4

@Bijaya Deka

歌詞
অসহায় জীৱনৰ উচুপনি,,
অৱশ মন, ভাগৰুৱা দেহা
ভাগৰোৱা দেহা,,,
আধৰুৱা সপোনৰ চট্ ফটনি
সেমেকা দুচকুত বিষাদৰ চকুলো,,
বিষাদৰ চকুলো,,

অতীত পাহৰি স্মৃতি এৰি
আগুৱাব খুজোতেই,,,,
সহজ horol লগা মন বোৰ
আওকাণ কৰিব বিচাৰি
বিবেকৰ তুলা চনিত মই নিৰূপায় ,,মই নিৰূপাই,,,

ভাবি ভাবি ,,দেখি শুনি,,,
অন্তৰাত্মা মোৰ কান্দে নিৰলে,,,
ধৰ্ম সংকটত্ কিয় পৰিলো
অবুজন মণে নুবুজে নুবুজে,,
কিয় যে নুবুজে

হে ভগৱান মোক দিয়া শক্তি
হে পৰমাত্মা মোক দিয়া বুদ্ধি
তোমাৰ আশীষেৰে সুন্দৰ
জীৱনবোৰৰ গতি,,
নহয় যেন অকালতে ইতি,,
নহয় ইতি,,
音楽のスタイル
Traditional Folk, Soul Jazz, Classical, Sadness, Calmness, emotional, Male Voice, 80-120 BPM

よろしければ

曲のカバー WHEN THE WORLD FALLS SILENT
v5

Jerzyna K が Suno AI を使用して作成しました

曲のカバー Die letzte Kriegerin (Temüjin und Dschamucha) Teil 16 Irish II
v5

Rüdiger Großer が Suno AI を使用して作成しました

曲のカバー Boa Viagem
v4

Jose Vaz が Suno AI を使用して作成しました

曲のカバー Es ist Zeit zu gehen
v4

Michael Stamm が Suno AI を使用して作成しました

関連プレイリスト

曲のカバー Die letzte Kriegerin (Temüjin und Dschamucha) Teil 14 IV
v5

Rüdiger Großer が Suno AI を使用して作成しました

曲のカバー dwa
v4

sklipp が Suno AI を使用して作成しました

曲のカバー Die letzte Kriegerin (Temüjin und Dschamucha) Teil 11 V a
v5

Rüdiger Großer が Suno AI を使用して作成しました

曲のカバー Apu szülinap
v4

Vivien Balàzsnè Harangozó が Suno AI を使用して作成しました