My song

881

Musik skapad av Bijaya Deka med Suno AI

My song
v4

@Bijaya Deka

My song
v4

@Bijaya Deka

Text
অসহায় জীৱনৰ উচুপনি,,
অৱশ মন, ভাগৰুৱা দেহা
ভাগৰোৱা দেহা,,,
আধৰুৱা সপোনৰ চট্ ফটনি
সেমেকা দুচকুত বিষাদৰ চকুলো,,
বিষাদৰ চকুলো,,

অতীত পাহৰি স্মৃতি এৰি
আগুৱাব খুজোতেই,,,,
সহজ horol লগা মন বোৰ
আওকাণ কৰিব বিচাৰি
বিবেকৰ তুলা চনিত মই নিৰূপায় ,,মই নিৰূপাই,,,

ভাবি ভাবি ,,দেখি শুনি,,,
অন্তৰাত্মা মোৰ কান্দে নিৰলে,,,
ধৰ্ম সংকটত্ কিয় পৰিলো
অবুজন মণে নুবুজে নুবুজে,,
কিয় যে নুবুজে

হে ভগৱান মোক দিয়া শক্তি
হে পৰমাত্মা মোক দিয়া বুদ্ধি
তোমাৰ আশীষেৰে সুন্দৰ
জীৱনবোৰৰ গতি,,
নহয় যেন অকালতে ইতি,,
নহয় ইতি,,
Musikstil
Traditional Folk, Soul Jazz, Classical, Sadness, Calmness, emotional, Male Voice, 80-120 BPM

Du kanske gillar

Relaterad spellista

Cover av låten Esquina do frango
v4

Skapad av José Domingues med Suno AI

Cover av låten A jószívű ember
v4

Skapad av Attila Gulyás med Suno AI

Cover av låten С Добым утром !
v4

Skapad av Юзеф Лившиц med Suno AI