ফাগুন মাচে হলি বৈশাস মাচে ৰঙালী বিহু

449

Muziek gemaakt door Spider Man met Suno AI

ফাগুন মাচে হলি বৈশাস মাচে ৰঙালী বিহু
v3.5

@Spider Man

ফাগুন মাচে হলি বৈশাস মাচে ৰঙালী বিহু
v3.5

@Spider Man

Songteksten
ফাগুন মাচে হলি আহে বুধুৰাই মাদল বাজাই'লে ফাকু খেলি বুধুনী নাচে ৰং লাগাই'কে গালে-মুখে হালি কে দিন আলে হাঁচি ফুটি মনে।।
গীতৰ কথা
পোষণ বৰু
চ'ত বৈশাস মাচে কুলি-কেতেকী বিননি বিলাই কান্দে পেৰ কে পাতে লুকাই আঁৰে-আঁৰে তেখনে হামনিকে বিহু বিহু লাগে এহে ৰকমে ৰঙালী বিহু আহে পলাসে ঢোল তা বাজাই হাঁচি ফুটি মনে পিংকিয়ে ঢোল কে চাপে-চাপে নাচে লা হাঁচি ফুটি মনে কমৰ লেচকাই কে আঁহত পেৰ কে নিচে বিহুতলিতে।।
ভাদৰ মাচে কৰম পূজা যেখন আহে যি ৰকমে ঝুমৰ মাদল তাল বাজে বুধুৰা আৰু বুধুনীয়ে মাদল তাল কে চাপে চাপে দুনু হাঁচি ফুটি মনে নাচে বুধুৰাই বুধুনী কে আঁখ মাৰি মাৰি
ডিল কে ভিতৰ মৰম যাচে এহে ৰকম বৈশাস মাচে ৰঙালী বিহু চময়ে পলাশ অৰ পিংকে মনে মাজে মৰম হিয়া ভিতৰে উপজে তেখনে দুনুতা মন মিলি লে চুব-চাব চাদি কে বাতচিত বলে বিহু নচা চময়ে পিংকি কে ভাগাই লেক মনে খোজে।।
Stijl van muziek
classical

Je houdt misschien van

Cover van het nummer على حافة الباب
v4

Gemaakt door adel ahmed met Suno AI

Cover van het nummer Nyéken
v4

Gemaakt door Sándor Petőfi met Suno AI

Cover van het nummer Catlen Daza, voz del barrio
v4

Gemaakt door anibal bustamante met Suno AI

Cover van het nummer Pickhult
v4

Gemaakt door Daniel Fristedt met Suno AI

Gerelateerde afspeellijst

Cover van het nummer Átlépők
v5

Gemaakt door Dr. Pintér Ferenc met Suno AI

Cover van het nummer الحبيب
v4

Gemaakt door Ali Bin homid met Suno AI

Cover van het nummer BAILA CONMIGO
v4

Gemaakt door jose leo lopez lopez met Suno AI

Cover van het nummer آه يا بوّي
v4

Gemaakt door هاني J met Suno AI