ফাগুন মাচে হলি বৈশাস মাচে ৰঙালী বিহু

701

Music Created By Spider Man With Suno AI

ফাগুন মাচে হলি বৈশাস মাচে ৰঙালী বিহু
v3.5

@Spider Man

ফাগুন মাচে হলি বৈশাস মাচে ৰঙালী বিহু
v3.5

@Spider Man

Lyrics
ফাগুন মাচে হলি আহে বুধুৰাই মাদল বাজাই'লে ফাকু খেলি বুধুনী নাচে ৰং লাগাই'কে গালে-মুখে হালি কে দিন আলে হাঁচি ফুটি মনে।।
গীতৰ কথা
পোষণ বৰু
চ'ত বৈশাস মাচে কুলি-কেতেকী বিননি বিলাই কান্দে পেৰ কে পাতে লুকাই আঁৰে-আঁৰে তেখনে হামনিকে বিহু বিহু লাগে এহে ৰকমে ৰঙালী বিহু আহে পলাসে ঢোল তা বাজাই হাঁচি ফুটি মনে পিংকিয়ে ঢোল কে চাপে-চাপে নাচে লা হাঁচি ফুটি মনে কমৰ লেচকাই কে আঁহত পেৰ কে নিচে বিহুতলিতে।।
ভাদৰ মাচে কৰম পূজা যেখন আহে যি ৰকমে ঝুমৰ মাদল তাল বাজে বুধুৰা আৰু বুধুনীয়ে মাদল তাল কে চাপে চাপে দুনু হাঁচি ফুটি মনে নাচে বুধুৰাই বুধুনী কে আঁখ মাৰি মাৰি
ডিল কে ভিতৰ মৰম যাচে এহে ৰকম বৈশাস মাচে ৰঙালী বিহু চময়ে পলাশ অৰ পিংকে মনে মাজে মৰম হিয়া ভিতৰে উপজে তেখনে দুনুতা মন মিলি লে চুব-চাব চাদি কে বাতচিত বলে বিহু নচা চময়ে পিংকি কে ভাগাই লেক মনে খোজে।।
Style of Music
classical

You Might Like

Related Playlist

Cover of the song DOTA - ЭТО ДИАГНОЗ
v4

Created By NooBik ._. With Suno AI

Cover of the song Kirándulás
v4

Created By Judit Szilágyiné Ordasi With Suno AI

Cover of the song В туза
v4

Created By brea3e With Suno AI

Cover of the song ПАВЛОПІЛЬСЬКА ГІМНАЗІЯ — ЦЕ МИ!
v4

Created By Марина Єрмоленко With Suno AI